ছালফিউৰিক এচিড (Assamese) [ Roman: sal.phiu.rik e.sid]
    Contributed by: Webmaster-II on 2017-09-19
    Ref: বিজ্ঞানকোষ দ্বিতীয় খণ্ড
    1. Chemistry(Material Noun-Neuter) Dense highly corrosive oily acid এবিধ শক্তিশালী অম্ল৷ চালফাৰ-ট্ৰাই-অক্সাইড আৰু পানীৰ ক্ৰিয়াৰ ফলত ই উৎপন্ন হয়